• Home
  • অসম
  • আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ
Image

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ

ৰাজ্যৰ নিৰ্বাচনী বৈৰণী পাৰ হোৱাৰ পিছতেই

অসমৰ প্ৰতিটো জিলাত চেঞ্চুৰি কোবালে পেট্ৰ’লৰ মূল্যই

প্ৰতিখন জিলাত ১০০-১০৫ টকালৈ বৃদ্ধি মূল্য

প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি ৩ টকা ১৪ পইচা

ডিজেলত বৃদ্ধি ৩ টকা ১১ পইচা

সৰ্বসাধাৰণ ৰাইজক জুৰুলা চৰকাৰৰ

Releated Posts

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা প্ৰথমখন কেবিনেটৰ ২৪টা সিদ্ধান্ত আপুনি জানেনে? অতি শীঘ্ৰেই ৰাজ্যত…

ByByMahesh Malakar May 14, 2026

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC অসমৰ মুছলমান সমাজত সলনি হ’ব পূৰ্বৰ সকলো নিয়ম বিবাহ কেৱল কুবুল হ্যে বুলি…

ByByMahesh Malakar May 14, 2026

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026
Scroll to Top