ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ
সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা বৰষুণ
ক’লা ডাৱৰে ছানি ধৰিছে মহানগৰীৰ আকাশ
আগন্তুক ৩ দিনলৈ ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ
ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট












