• Home
  • অপৰাধনামা
  • জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ, ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী
Image

জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ, ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী

জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসুচী ৰূপায়ন কৰা হয়।

টীয়ক আৰক্ষী থানাৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সংস্থা (আটছা), টীয়ক শাখা সমিতিৰ উদ্যোগত, টীয়ক উপ-সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জগদুৱাৰৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱা ঘটনাৰ উচিত তদন্তৰ দাবীত গণ বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হয় আৰু থানা ঘেৰাও কৰে।

অতি সোনকালে প্ৰশাসনৰ উচিত তদন্ত কৰা নহ’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন কৰা হুংকাৰ দিয়ে আন্দোলনকাৰীয়ে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top