নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি
পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে
জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য আচৰণ যুৱতীৰ
জুবিনক্ষেত্ৰলৈ অহা অনুৰাগীৰ সৈতে তৰ্কত লিপ্ত হৈ উদ্ভণ্ডালি যুৱতীৰ
আৰক্ষীয়ে আহি নিয়ন্ত্ৰন কৰিব লগা হয় পৰিস্থিতি
নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উতপ্ত পৰিস্থিতি













