• Home
  • দেশ
  • আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন
Image

আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ সংসদৰ শীতকালীন অধিৱেশন

২ এপ্ৰিলত সামৰণি পৰিব এই শীতকালীন অধিৱেশন

১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্রীয় বাজেট হ’ব দাখিল,বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট

শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব ২টা পর্যায়ত,২৮ জানুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ প্ৰথম পর্যায়

৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ অধিৱেশন

অধিৱেশনত উত্থাপন হ’ব বহু গুৰুত্বপূৰ্ণ বিধেয়ক

২ এপ্ৰিলত সামৰণি পৰিব এই শীতকালীন অধিৱেশন

Releated Posts

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ১৮ জনকৈ লোক নিহত , আহত ২৪জনকৈ লোক নিহত ২ জন বিদেশী…

ByByMahesh Malakar Feb 23, 2026

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন। সৰুসজাইত CRPFৰ ৮৭ সংখ্যক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ।…

ByByMahesh Malakar Feb 21, 2026

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা গৌৰৱ গগৈ পাকিস্তান এজেণ্ট নহয় গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে…

ByByMahesh Malakar Feb 20, 2026

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ আজি দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ কৰা কথা আছিল প্ৰিয়ংকা গান্ধীৰ আজি গোৱাহাটীৰ…

ByByMahesh Malakar Feb 18, 2026
Scroll to Top