• Home
  • অসম
  • NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ
Image

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম

১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক প্রাৰ্থিত্ব

২নং দোতমা (ST)ত ৰাজু কুমাৰ নাৰ্জাৰীক প্রাৰ্থিত্ব

৩নং কোকৰাঝাৰ (ST)ত লৰেঞ্চ ইছলাৰীক প্রাৰ্থিত্ব

৪৩নং তামুলপুৰ (ST)ত প্রমোদ বড়োক প্রাৰ্থিত্ব প্রদান

৪৫নং ভেৰগাঁৱত নেৰছন বড়োক প্রাৰ্থিত্ব

৪৬নং ওদালগুৰি (ST)ত দ্বীপেন বড়োক প্রাৰ্থিত্ব

২০নং বিজনী সমষ্টিত কমলসিং নাৰ্জাৰীক প্রাৰ্থিত্ব প্রদান

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top