• Home
  • দেশ
  • ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
Image

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেওবাৰে নিশা ৮ বজাৰ ভিতৰত বাতিল কৰা সকলো বিমানৰ টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ’ই। ইপিনে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ব্যক্তিগত বিমান সংস্থাটোক দিছে এই কঠোৰ নিৰ্দেশনা।

শুক্ৰবাৰে লাভ কৰা তথ্যৰ ভিত্তিত ১০০০ৰ ত কৈও অধিক বিমান বাতিল কৰা হৈছিল। হাজাৰ হাজাৰ বিমানযাত্ৰীৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইপিনে বিমানবন্দৰসমূহতো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ’ই। যদি নিদিয়ে তেন্তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ইপিনে শেষ মুহূৰ্তত বিমান বাতিলৰ বাবে যিসকল যাত্ৰীৰ লাগেজ পৃথক কৰা হৈছিল তেওঁলোকৰ লাগেজ ৪৮ ঘণ্টাৰ ভিতৰত ঘূৰাই দিবলৈ ইণ্ডিগ’ক নিৰ্দেশ দিয়ে।

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা…

ByByMahesh MalakarDec 14, 2025
Scroll to Top