• Home
  • অসম
  • মাজত মাত্ৰ ২ দিন কঁপি উঠিব ৰাজ্যৰ আকাশ-বতাহ
Image

মাজত মাত্ৰ ২ দিন কঁপি উঠিব ৰাজ্যৰ আকাশ-বতাহ

আৰু মাজত মাত্ৰ ২ দিন

কঁপি উঠিব ৰাজ্যৰ আকাশ-বতাহ

ৰাজ্যৰ আকাশত উৰিব sukhoi Rafale, Mirage, tejas

৯ নৱেম্বৰত এয়াৰ শ্ব’ বায়ু সেনা বাহিনীৰ

Air show বাবে সাজু শক্তিশালী বিমান sukhoi, Jaguar,Mirage Rafale

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ উপস্থিতিত হ’ব বিশেষ ‘air show’

অব্যাহত আছে বায়ুসেনা বাহিনীৰ অনুশীলন

লাচিত ঘাটৰ আকাশত একেলগে উৰা মাৰি ভাৰতৰ শক্তিশালী বিমান

Releated Posts

আজি মাঘী গণেশ চতুৰ্থী

আজি গণেশ চতুৰ্থী। পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ। ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ…

ByByMahesh Malakar Jan 22, 2026

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ। ২৭ বছৰীয়া সেৱাৰ অন্তত মহাকাশ কেৰিয়াৰৰ পৰা ল’লে অৱসৰ। ৬০৮ দিন…

ByByMahesh Malakar Jan 21, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026
Scroll to Top