• Home
  • অসম
  • বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগেঃ অখিল গগৈ
Image

বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগেঃ অখিল গগৈ

শীঘ্ৰেই অসম বিধানসভাত স্থাপন হ’ব ডিটেনশ্যন কোঠা। সদনত প্ৰশ্নোত্তৰ ঘণ্টাত হুলস্থূল কৰি অখিল গগৈ নিলম্বিত হোৱাৰ পাছতে ডিটেনশ্যন কোঠা স্থাপনৰ পোষকতা কৰিছিল মন্ত্ৰী বিমল বৰাই। আজি সদনৰ পৰা নিলম্বিত হৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে ক’লে-

‘বিধান সভাৰ পৰা মোক নিলম্বন কৰিছে। ৰাজ্যত বিজেপিৰ কাৰ্য্যালয় বনাবলৈ কিমান মাটি দিয়া হৈছিল? মোৰ এই প্ৰশ্নৰ উত্তৰত ৬ পৃষ্ঠাজোৰা উত্তৰ দিছে। সদনত মোৰ প্ৰশ্ন থাকিলে পিয়ূষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে আগৰ প্ৰশ্ন সমূহৰ উত্তৰ দীঘলকৈ দিয়ে। অসমৰ বহুতো চৰকাৰী মাটি PGR, VGR ত বিজেপিৰ কাৰ্য্যালয় বনোৱা হৈছে। বশিষ্ঠৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৪ বিঘা চৰকাৰী ভূমি ল’লে বিজেপিয়ে। অসমৰ ৬ লাখ মানুহ মথাউৰিৰ ওপৰত বাস কৰে। কিন্তু বিজেপিৰ অফিচ বনাবলৈ ভূমি দান চলি আছে। বিধানসভাৰ অধ্যক্ষ নিৰপেক্ষ হ’ব লাগে। বিমল কেঁচা বুদ্ধিৰ মানুহ। সংবিধান, নিয়ম, আইন কানুনৰ বিষয়ে বিমলে নাজানে, নিলম্বণ কৰাৰ পাছতেই মন্ত্ৰী বিমল বড়াই অধ্যক্ষৰ ওচৰত আবেদন কৰিছিল। সদনৰ পৰা নিলম্বিত বিধায়কক ডিটেনশ্বন কৰি ৰাখিব লাগে। বিমল বড়াক প্ৰত্যাহ্বান অখিলগগৈৰ।মইতো ভাবো বিমলে ভাৰতীয় সংবিধানখনো ভালকৈ পঢ়া নাই

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top