ঘোষণা হ’ল অভি-নীল কাণ্ডৰ অভিযুক্তৰ শাস্তি
২০ অপৰাধী যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা আদালতৰ
সুদীৰ্ঘ অভি-নীল ঘটনাৰে জড়িত ২০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
৮ বছৰৰ পাছত চূড়ান্ত ৰায় দিলে নগাঁও সত্ৰ ন্যায়াধীশ আদালতে
২০ গৰাকী অপৰাধীয়ে কটাব লাগিব আজীৱন জেলত
৮ বছৰৰ অন্তত শাস্তি ঘোষণা নগাঁও সত্ৰ ন্যায়ধীশ আদালতৰ











