১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী
সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী
অসমত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত বহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী
৩ জুলাই তপুনৰ জাপানলৈ উভতিব ছানাই তাকাইছী













