• Home
  • দেশ
  • শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী
Image

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে । জাষ্টিন ট্ৰুডোৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে এয়া হ’ব মাৰ্ক কাৰ্ণীৰ প্ৰথমটো ভাৰত ভ্ৰমণ । শুকুৰবাৰে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।শুকুৰবাৰে মুম্বাইত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী । কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ২ মাৰ্চত হায়দৰাবাদ হাউছত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব । কানানাস্কিছ (জুন ২০২৫) আৰু জোহান্সবাৰ্গ (নৱেম্বৰ ২০২৫)ত তেওঁলোকৰ পূৰ্বৰ বৈঠকৰ ওপৰত ভিত্তি কৰি দুয়োগৰাকী নেতাই ভাৰত-কানাডা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব ।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আবেলিলৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত-কানাডা চি ই অ’ ফ’ৰামতো অংশগ্ৰহণ কৰিব ।

Releated Posts

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ১৮ জনকৈ লোক নিহত , আহত ২৪জনকৈ লোক নিহত ২ জন বিদেশী…

ByByMahesh Malakar Feb 23, 2026
Scroll to Top