• Home
  • অসম
  • ১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে
Image

১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে

১৪০০ বছৰৰ পৰা যি নিয়ম চলি আছে সেই নিয়মেই মানি চলিব মুছলমান সমাজে

“দয়া কৰি আমাৰ মুছলমান সমাজক UCC ৰ পৰা বাদ দিয়ক’

UCC আইন প্ৰৱৰ্তন কৰি আমাৰ ধৰ্মীয় অনুভূতি বা মুছলমান সমাজৰ চেণ্টিমেণ্টত কোনো ধৰণৰ আঘাত নকৰিব”

UCC বনাই যদি বনাই থাকক কিন্তু মুছলমানক বাদ দিয়ক

কোৰাণৰ নিয়ম মানিব মুছলমানে

UCCয়ে মুছলমানৰ ধৰ্মীয় নিয়ম সৰ্ব কৰিব

পাৰ্ছনেল ল’ ১৪০০ বছৰ পূৰ্বৰ পৰা চলি আহিছে

গতিকে সেই নিয়ম মতে চলিব মুছলমান সমাজ

সদনত মন্তব্য AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ

Releated Posts

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক এফালৰ পৰা খুলি দিয়া হ’ল…

ByByMahesh Malakar Jun 16, 2026

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top