• Home
  • অসম
  • ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা
Image

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে

বজালীত প্ৰাৰ্থী হ’ব দিলীপ বৰুৱা

পলাশবাৰীত পংকজ লোচন গোস্বামী

মৰিগাঁও সমষ্টিত প্ৰাৰ্থী হ’ব বাণী দাস

বহু বিতৰ্কিত বিন্নাকান্দি সমষ্টিত প্ৰাৰ্থী হ’ব ৰেজাওল কৰিম চৌধুৰী

ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থী হ’ব মইনাক পাত্ৰ

বঢ়মপুৰ ৰাজেন গোহাঁই

খোৱাং সমষ্টিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ

সৰুপথাৰ সমষ্টিত প্ৰাৰ্থী জীৱন চুতীয়া

Releated Posts

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

ByByMahesh Malakar May 20, 2026

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি…

ByByMahesh Malakar May 19, 2026

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয় মছজিদৰ আজানৰ…

ByByMahesh Malakar May 19, 2026

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায় ৬ টাকৈ কঠোৰ নিৰ্দেশনা বান্ধি…

ByByMahesh Malakar May 19, 2026
Scroll to Top