• Home
  • অসম
  • প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা
Image

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ চিৰ সেউজ বঁটা।


মৰণোত্তৰভাৱে আগবঢ়োৱা হ’ব এই বঁটা।‌

সোণাৰু কাঞ্চন কৃষ্ণচূড়া সমিতিৰ উদ্যোগত আগবঢ়োৱা হ’ব এই বঁটা।

২০২৬ বৰ্ষৰ ২,৩ আৰু ৪ জানুৱাৰীত দিচাংপানীত অনুষ্ঠিত হ’বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব চিৰ সেউজ বঁটা।‌

এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত অৱগত কৰে চৰাইদেউ জিলাখনক সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে সজ্জিত কৰিবলৈ বিগত পাঁচ বছৰ ধৰি প্ৰয়াস অব্যাহত ৰখা প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই।

আনহাতে সোণাৰি কাঞ্চন কৃষ্ণচূড়া মহোৎসৱতেই প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত মাত মাতি অহা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক “সাহসী কণ্ঠ বঁটা” আৰু বিশিষ্ট চিকিৎসক ডাঃ অমিত বৰুৱাক প্ৰদান কৰা হ’ব “মানৱদৰদী চিকিৎসক বঁটা”।

Releated Posts

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

অপেক্ষাৰ অন্ত! অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ১৬ মাৰ্চত জাৰি কৰা…

ByByMahesh Malakar Mar 15, 2026

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন বিয়লি ৪বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল ৰাজ্যত জাৰি হ’ব নিৰ্বাচনৰ অধিসূচনা দেশৰ ৫ৰাজ্যৰ…

ByByMahesh Malakar Mar 15, 2026

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…

ByByMahesh Malakar Mar 15, 2026

ৰাজ্যজুৰি বতৰৰ কালৰূপ

ৰাজ্যজুৰি বতৰৰ কালৰূপ ১০০ কিঃ মিঃ বেগত বলিব ধুমুহা জিলাই জিলাই জাৰি অৰেঞ্জ এলাৰ্ট নামনি অসমত সংহাৰীৰূপ ল’ব…

ByByMahesh Malakar Mar 15, 2026
Scroll to Top