জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ
ঘোষণা ফাষ্টট্ৰেক আদালতৰ
এতিয়াৰে পৰা এইসমূহ ধাৰাৰ ভিত্তিতেই পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়া চলিব আদালতত
এজনো অভিযুক্তক ৰেহাই নিদিলে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে
জেলতেই থাকিব লাগিব আটাইকেইটা অভিযুক্ত












