• Home
  • অসম
  • অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন
Image

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

অপেক্ষাৰ অন্ত!

অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ

১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা

মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ

মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ

৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা

৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম

Releated Posts

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL

বহু জল্পনা কল্পনাৰ অন্তত আহি গ’ল EXIT POLL অসমত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ অধিকাংশ আগশাৰীৰ সংস্থাৰ ৰ মতে…

ByByMahesh Malakar Apr 30, 2026

কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL

এইবাৰ কোনে গঠন কৰিব চৰকাৰ কেইটামান মূহুৰ্তৰ পাছতেই প্ৰকাশ পাব EXIT POLL কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব…

ByByMahesh Malakar Apr 29, 2026

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ

প্ৰসংগ: বিজেপিৰ চিপৰাং,গাড্ডাৰ চিপৰাং,গাড্ডাৰ শব্দৰে সামাজিক মাধ্যম গৰম কৰি থকা বিজেপিৰ কাৰ্যকৰ্তাক সকীয়নি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ দলৰ…

ByByMahesh Malakar Apr 29, 2026

ন্যায় নাপায় জুবিন গাৰ্গে

ন্যায় নাপায় জুবিন গাৰ্গে জুবিন গাৰ্গৰ আত্মাইও আৰু শান্তি নাপায় নিৰ্বাচন শেষ জুবিন গাৰ্গৰ ন্যায়ো শেষ ফেচবুকত আৱেগ…

ByByMahesh Malakar Apr 29, 2026
Scroll to Top