• Home
  • অসম
  • জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে
Image

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে

জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিলে আদালতে

জুবিন গাৰ্গৰ মৃত্যু কোনো হত্যাকাণ্ড নাছিল

আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ

জুবিনক পানীত নামিবলৈ কোনেও বাধ্য কৰোৱা নাছিল, তেওঁ স্ব-ইচ্ছাই গৈছিল

জুবিনৰ শৰীৰত অত্যাধিক Alcohol পোৱা গৈছিল

১০০ মিলিগ্ৰাম তেজত Alcohol ৰ পৰিমাণ আছিল ৩৩৩ মিলিগ্ৰাম

আদালতৰ মতে পানীত সাঁতুৰি থকাৰ সময়ত জুবিন গাৰ্গ হয়তো মৃগী ৰোগত আক্ৰান্ত হৈছিল

জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কাকো দোষী সাব্যস্ত কৰা নাই আদালতে

ছিংগাপুৰ কৰ্নাৰছ ক’ৰ্টে দিলে চূড়ান্ত ৰায়

Releated Posts

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে

ভয়ংকৰ ইন্ধনৰ সংকটত ভূগিব লাগিব দেশৰ লগতে ৰাজ্যবাসীয়ে ৫ দিনৰ খাৰুৱা তেলহে মজুত আছে দেশত মধ্য প্ৰাচ্যৰ যুদ্ধৰ…

ByByMahesh Malakar Mar 25, 2026

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

কামৰূপ মহানগৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৩৭ নং…

ByByMahesh Malakar Mar 24, 2026
Scroll to Top