দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
আমাৰ যুদ্ধ আৰম্ভ হ’ল
দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়?
আমাৰ এটাই লক্ষ্য, কোনো ল’ৰা-ছোৱালীৰ যাতে স্বপ্ন মৰহি নাযায়
ৰাজস্থানৰ শিক্ষা নগৰী কোটাত ৰাহুল গান্ধীৰ গৰ্জন
অন্যায়ৰ বিৰুদ্ধে যুঁজ আৰম্ভ হব
সমগ্ৰ ৰাষ্ট্ৰব্যাপী হব এই যুঁজ
শিক্ষা ব্যৱস্থাত চলি থকা সকলো অন্যায় আঁতৰ কৰিবই লাগিব













