• Home
  • অসম
  • ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Image

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঈদৰ প্ৰাকক্ষণত মুছলমান সমাজক ধন্যবাদ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ঈদত কোৰবাণী নিদিয়ে অসমৰ মুছলমানে

অসম বিধানসভা অধিৱেশন চলি থকাৰ মাজতেই মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

যিসমূহে বৰ্তমানলৈকে সিদ্ধান্ত লোৱা নাই শীঘ্ৰেই সিদ্ধান্ত ল’বলৈ আহ্বান

৫ বছৰ পূৰ্বে অসমত গো হত্যা বন্ধৰ আইন অনিছিলো

মই বিশ্বাস কৰিছিলো কোৰবাণীৰ বাবে গৰুৰ প্ৰয়োজন নহয়

আজি গৌৰৱৰে কওঁ হিন্দুক সন্মান জনাই মূছলমানে এই সিদ্ধান্ত লৈছে

বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top