মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ
মোৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূৰ্ণৰূপে মিছা
ক্ৰাইম ব্ৰাঞ্চৰ গোচৰ দি মন্তব্য ৰিণিকি ভূঞা শৰ্মাৰ
দোষীয়ে শাস্তি পাবই লাগিব
যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ













