• Home
  • অসম
  • বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি
Image

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অব্যাহত আছে দল বাগৰা ৰাজনীতি

প্ৰচাৰ অভিযানৰ মাজতে দেওবাৰে নিশা বিপিএফ দলৰ আই টি চেলৰ সদস্য আৰু যুৱ বিপিএফৰ কেবাগৰাকীও সদস্যই যোগদান কৰিলে ইউপিপিএল দলত।

মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ উপস্থিতিত এইসকল যুৱকে আনুষ্ঠানিকভাৱে যোগদান কৰে ইউপিপিএলত।

বাক্সাৰ মেদাঘাটত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই কয় যে এইবাৰ প্ৰমোদ বড়ো নেতৃত্বত পুনৰ ইউপিপিএল দলে অকলে পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ব আৰু মুছলপুৰ সমষ্টিৰ পৰা তেওঁ ৫০ হাজাৰতকৈ অধিক ভোট লাভ কৰিব।

মুছলপুৰত সমষ্টিত তেওঁৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি কৈ তেওঁ বিটিআৰৰ ৪০টা সমষ্টিৰ ভিতৰত মুছলপুৰ সমষ্টিয়ে অভিলেখ গঢ়িব মন্তব্য কৰে।

ইফালে দলত্যাগী নেতা বিদ্যুৎ বসুমতাৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ‘কোন বিদ্যুৎ বসুমতাৰী, মই চিনিয়েই নাপাওঁ।’

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top