• Home
  • অপৰাধনামা
  • জল্পনা-কল্পনাৰ অন্ত পৰিল!৮৮জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টি
Image

জল্পনা-কল্পনাৰ অন্ত পৰিল!৮৮জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টি

জল্পনা-কল্পনাৰ অন্ত পৰিল!

অসম বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা। ৮৮জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টি নেতৃবৃন্দই

গোলকগঞ্জ সমষ্টিত BJP প্ৰাৰ্থী হ’ব অশ্বিনী ৰয় সৰকাৰ। ধুবুৰীসমষ্টিত BJP প্ৰাৰ্থী হ’ব উত্তম প্ৰসাদ। বীৰছিং জৰুৱা সমষ্টিত BJP প্ৰাৰ্থী হ’ব মাধৱী দাস। গোৱালপাৰা পশ্চিম (এছটি) সমষ্টিত BJP প্ৰাৰ্থী হ’ব পবিত্ৰ ৰাভা। দুধনৈ (এছটি) সমষ্টিত BJP প্ৰাৰ্থী হ’ব টংকেশ্বৰ ৰাভা। অভয়াপুৰী সমষ্টিত BJP প্ৰাৰ্থী হ’ব ভূপেন ৰয়। বিজনী সমষ্টিত BJP প্ৰাৰ্থী হ’ব অৰূপ কুমাৰ দে। ভৱানীপুৰ-সৰভোগ সমষ্টিত BJP প্ৰাৰ্থী হ’ব ৰণজিৎ কুমাৰ দাস। ৯. মন্দিয়া সমষ্টিত BJP প্ৰাৰ্থী হ’ব বাদল চন্দ্ৰ আৰ্য। চমৰীয়া সমষ্টিত BJP প্ৰাৰ্থী হ’ব জ্যোৎস্না কলিতা। বকো-ছয়গাঁও সমষ্টিত BJP প্ৰাৰ্থী হ’ব ৰাজু মেচ।

পলাশবাৰী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব হিমাংশু শেখৰ বৈশ্য। ৰঙিয়া সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ভৱেশ কলিতা। কমলপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব দিগন্ত কলিতা। দিছপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব প্ৰদ্যুৎ বৰদলৈ। নিউ গুৱাহাটী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব দিপ্লু ৰঞ্জন শৰ্মা। গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিজয় কুমাৰ গুপ্তা।

জালুকবাৰী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব হিমন্ত বিশ্ব শৰ্মা। বৰক্ষেত্ৰী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব নাৰায়ণ ডেকা। নলবাৰী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব জয়ন্ত মল্লবৰুৱা। টিহু সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব চন্দ্ৰমোহন পাটোৱাৰী। তামুলপুৰ (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিশ্বজিৎ দৈমাৰী। গোৰেশ্বৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ভিক্টৰ কুমাৰ দাস। টংলা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিকন চন্দ্ৰ ডেকা। ছিপাঝাৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব পৰমানন্দ ৰাজবংশী। মঙলদৈ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব নীলিমা দেৱী।

জাগীৰোড (এছচি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব পীযূষ হাজৰিকা। মৰিগাঁও সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰমাকান্দ দেউৰী। ধিং সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মুকুট কুমাৰ দেৱনাথ। চামগুৰি সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব অনিল শইকীয়া। বঢ়মপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব জিতু গোস্বামী। নগাঁও-বটদ্ৰৱা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰূপক শৰ্মা। ৰহা (এছচি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব শশীকান্ত দাস। হোজাই সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব শিলাদিত্য দেৱ। লামডিং সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব শিবু মিশ্ৰা।

ঢেকিয়াজুলি সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব অশোক সিংঘল। বৰচলা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ঋতুবৰণ শৰ্মা। ৰঙাপৰা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব কৃষ্ণ কমল তাঁতী। নদুৱাৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব পদ্ম হাজৰিকা। বিশ্বনাথ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব পল্লৱ লোচন দাস। বিহালী (এছচি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মুনীন্দ্ৰ দাস। গহপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব উৎপল বৰা। বিহপুৰীয়া সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ভূপেন কুমাৰ বৰা। ৰঙানদী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ঋষিৰাজ হাজৰিকা। লখিমপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মানৱ ডেকা। ঢকুৱাখনা (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব নৱ কুমাৰ দলে। ধেমাজি (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰণোজ পেগু।

দুলিয়াজান সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰামেশ্বৰ তেলী। টিংখং সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিমল বৰা। নাহৰকটীয়া সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব তৰংগ গগৈ। সোণাৰি সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ধৰ্মেশ্বৰ কোঁৱৰ। মাহমৰা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব সুৰুয দিহিঙীয়া। ডিমৌ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব সুশান্ত বৰগোহাঁই। নাজিৰা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ময়ূৰ বৰগোহাঁই। মাজুলী (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ভূবন গাম। যোৰহাট সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব হিতেন্দ্ৰনাথ গোস্বামী।
মৰিয়নী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰূপজ্যোতি কুৰ্মী। িততাবৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ধীৰাজ গোৱালা। গোলাঘাট সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব অজন্তা নেওগ। দেৰগাঁও সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মৃদুল কুমাৰ দত্ত। খুমটাই সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মৃণাল শইকীয়া। সৰুপথাৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিশ্বজিৎ ফুকন। বোকাজান (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব সূৰ্য ৰংফাৰ। হাওৰাঘাট (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব লুনছিং টেৰন

ডিফু (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব নিছ’ তেৰাংপী। ৰংখাং (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব তুলিৰাম ৰংহাং। আমৰি (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব হাবে টেৰণ। হাফলং (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰূপালী লাংথাছা। লক্ষীপুৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব কৌশিক ৰায়। উদাৰবন্দ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰাজদীপ গোৱালা। কাটিগড়া সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব কমলাক্ষ দেৱ পুৰকায়স্থ। বৰখলা সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব কিশোৰ নাথ। শিলচৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰাজদীপ ৰয়।

ধলাই (এছচি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব অমিয় কান্তি দাস। হাইলাকান্দি সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব মিলন দাস। কৰিমগঞ্জ উত্তৰ সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব সুব্ৰত ভট্টাচাৰ্য। পাথাৰকান্দি সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব কৃষ্ণেন্দু পাল। ৰামকৃষ্ণ নগৰ (এছচি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব বিজয় মালাকাৰ।

Releated Posts

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক এফালৰ পৰা খুলি দিয়া হ’ল…

ByByMahesh Malakar Jun 16, 2026

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড

ৰাজ্যত এতিয়া ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডৰ বাবে ল’ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি প্ৰয়োজনত…

ByByMahesh Malakar Jun 13, 2026

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ পিঠিত আৰু নাথাকিব অতিৰিক্ত কিতাপৰ বোজা স্কুললৈ নিব নালাগে অতিৰিক্ত কিতাপ-পত্ৰ ছাত্ৰ ছাত্ৰীৰ…

ByByMahesh Malakar Jun 12, 2026
Scroll to Top