শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু পূৱ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগৰ দেওবাৰে সফল সামৰণি পৰে । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱৰ দ্বিতীয়দিনা পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি অতুল চন্দ্ৰ দাসে । তাৰ পাছতেই শতাধিক আই-বাপে এক দীঘলীয়া ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি … Read more