মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত ৭৫ খন পতাকা উত্তোলন ।
ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি শুভাৰম্ভ কৰা হয় । মুঠ ৭৫ খন পতাকা উত্তোলনৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ লগতে আন … Read more