মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত ৭৫ খন পতাকা উত্তোলন ।

ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি শুভাৰম্ভ কৰা হয় । মুঠ ৭৫ খন পতাকা উত্তোলনৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ লগতে আন … Read more

বাৰেকুৰিত দুদিনীয়াকৈ “বিশ্ব হলৌ দিৱস-২০২৪” উদযাপন ৷

তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত বিগত বৰ্ষসমূহৰ দৰেই দুদিনীয়াকৈ “বিশ্ব হলৌ দিৱস-২০২৪” উদযাপন কৰা হৈছে । হলৌ উদ্যানখ্যাত বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকু গাঁৱৰ ৰাজহুৱা খেলপথাৰত বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু বাৰেকুৰি হলৌ উদ্যান, দীঘলসাকোঁ খণ্ড পৰিচালনা সমিতিৰ যৌথ উদ্যোগত, অসম চৰকাৰৰ সৌজন্যত, বন বিভাগ আৰু তিনিচুকীয়া জিলা প্রশাসনৰ তত্বাৱধানত, অসম মৰাণ সভা, দীঘলসাকোঁ শাখা সমিতি, নৱজ্যোতি … Read more