জাগীৰোড তথা অসমবাসীৰ বাবে গৌৰৱৰ দিন ৩ আগষ্ট । জাগীৰোডত স্থাপন হবলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন হব ৩ আগষ্টত ।

৩ আগষ্টৰ দিনটো হ’ব জাগীৰোড তথা সমগ্ৰ অসমবাসীৰ বাবে এক ঐতিহাসিক দিন ৷কিয়নো, ৩ আগষ্টত ভূমি পূজন হ’ব জাগীৰোডত স্থাপন হ’বলগীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ৷২০২৬ চনৰ ভিতৰতে টাটাই এই প্ৰকল্পত আৰম্ভ কৰিব ছেমিকণ্ডাক্টৰ প্ৰস্তুতৰ কাম ৷প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰকল্প নির্মাণত ব্যয় হ’ব ২৭ হাজাৰ কোটি টকা ।এই প্ৰকল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে … Read more