মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত পুনৰ মৃত্যু বন্যহস্তী ।

মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত মৃত অৱস্থাত এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰ হোৱাত চাঞ্চল্য সৃষ্টি অঞ্চলটোত ।মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন প্ৰান্তত চলিত বছৰটোত বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু হৈছে ।পুনৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ বন বিভাগৰ অস্থায়ী শিবিৰৰ নিচেই কাষতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো।আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা ধাননি পথাৰত ধান খাবলৈ ওলাই আহি মৃত্যুমুখত পৰে প্ৰায়৭ ফুট উচ্চতাৰ … Read more

উত্তৰ গুৱাহাটীত অঘটন । ঘৰচীয়া হাতীৰ আক্ৰমণত নিহত এজন ।

নিহত লোকজন ডেকাৰাৰীৰ ফজল আলী , বয়স (৫০) । ফজল আলী হাতীৰ মাউত আছিল । উত্তৰ গুৱাহাটী দক্ষিণ লেঙাৰ পৰা হাতীটো দুজন লোকে ট্ৰেক্টৰেৰে থেলি আছিল । পথাৰৰ মাজেৰে মান্দাকাটালৈ নিবলৈ লওঁতেই অতিস্থ হাতীটোৱে আক্ৰমণ কৰে মাউতজনক । শৰাইঘাটা শিমলুবাৰীলৈ নিয়াৰ কথা আছিল গৰ্ভৱতী হাতীজনী । ফজল আলীক বেজেৰা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ইতিমধ্যে চিকিৎসকে … Read more