ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ ।
পঞ্চম-অষ্টম শ্ৰেণীত প্ৰৱৰ্তন হ’ব উত্তীৰ্ণ-অনুত্তীৰ্ণৰ নিয়ম ।স্কুলৰ পৰীক্ষাত অনুত্তীৰ্ণ হ’ব শিক্ষাৰ্থী ।পঞ্চম-অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ নকৰাৰ নীতি বাতিল ।নিৰ্ধাৰিত নম্বৰ নাপালে অনুত্তীৰ্ণ বুলি ঘোষণা কৰা হ’ব ।দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত বহিব পাৰিব ।পৰীক্ষাত সফল নহ’লে একেটা শ্ৰেণীতে পুনৰ পঢ়িব লাগিব ।উত্তীৰ্ণ নহ’লেও অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পৰা বাহিৰ কৰিব নোৱাৰিব ।শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্য এই … Read more