আগমনি আৰক্ষীৰ বৃহৎ সফলতা, এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ ছটাকৈ চোৰাং গৰু।

আগমনি আৰক্ষীয়ে নিশা অভিযান চলাই অসম বংগ সীমান্তৱৰ্তী গোড় ঝাপুছাবাৰীৰ পৰা ছটা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, এটা গো মাফিয়া চক্ৰই বহি:ৰাজ্যৰ চোৰাং পথেৰে গোড় ঝাপুছাবাৰীলৈ চোৰাং গৰু সৰবৰাহ কৰি নদী পথেৰে বাংলাদেশলৈ গৰু চালান কৰি আহিছে । যোৱা নিশাও চোৰাং গৰু ব্যৱসায়ীৰ দলটোৱে দহটা চোৰাং গৰু গোড় ঝাপুছাবাৰীলৈ কঢ়িয়াই … Read more

গোলকগঞ্জত চোৰাং গৰু ভৰ্তি বাহন জব্দ । উদ্ধাৰ ৫ টাকৈ চোৰাং গৰু ।

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান অব্যাহত আছে ।খেদি খেদি গৈ AS01V0183 নম্বৰৰ বিলাসী হুন্ডাই বাহনসহ জব্দ কৰিবলৈ সক্ষম হয় ৫ টাকৈ গৰু।প্ৰাপ্ত তথ্য মতে, আজি নিশা ১১ মান বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিতকলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খাপপিটি আছিল। সেই … Read more