মাৰ্ঘেৰিটাৰ চিমা পথাৰত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন যুৱকৰ।
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এলেকাধীন চিমা পথাৰ গাঁৱত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বাৰীৰ কল কুঁহিয়াৰ খাই অনিষ্ট কৰাৰ লগতে এটা বাসগৃহ ভাঙি তহিলং কৰে । পুৱতি নিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত ঘৰৰ ভিতৰতে ৰঞ্জিত গড় নামৰ লোক জনক গছকি-ঠেকেচি বন্যহস্তীটোৱে মাৰি পেলায় । ঘটনাৰ লগে লগে মাৰ্ঘেৰিটা বন বিভাগ আৰু মাৰ্ঘেৰিটা আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়াত … Read more