• Home
  • অসম
  • শিৱসাগৰত ছোৱাইন ফ্লু সংহাৰী ৰূপ
Image

শিৱসাগৰত ছোৱাইন ফ্লু সংহাৰী ৰূপ

শিৱসাগৰৰ জাঁজীত ক্ষতিগ্ৰস্ত গাহৰিপালক । জিলাখনত প্ৰায় ২০কোটিৰো টকাৰো অধিক মূল্যৰ গাহৰিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । গ্ৰাম্য অৰ্থনীতিত অভূতপূৰ্ব অৰিহণা আগবঢ়াই অহা ক্ষতিগ্ৰস্ত থলুৱা গাহৰিপালক সকলক সাহাৰ্য আগবঢ়াব পৰাকৈ বিভাগৰ হাতত নাই কোনো আঁচনি ।

বহি ৰাজ্যৰ গাহৰি চিণ্ডিকেটৰ ফলতো ক্ষতিগ্ৰস্ত হৈছে থলুৱা গাহৰিপালক । শিৱসাগৰ জিলা প্ৰশাসনে গাহৰি আৰু মাংস কিনা বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই আৰম্ভ হৈছে গাহৰি নিধন যজ্ঞ ।

লোকচানত ডুব যোৱাৰ থলুৱা গাহৰি পালক সকলৰ চৰকাৰলৈ বিশেষ আহ্বান ‘অসমৰ অৰ্থনীতিত অৱদান আগবঢ়োৱা থলুৱা উদ্যোগটোক নিশেষ হ’বলৈ নিদিব আমাক সহায় কৰক ।’

Releated Posts

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য…

ByByMahesh Malakar Apr 18, 2026

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026

কাইলৈ গৰু বিহু

কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…

ByByMahesh Malakar Apr 13, 2026
Scroll to Top