• Home
  • অসম
  • সোণাপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ধৰ্ণা কাৰ্যসূচী
Image

সোণাপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ধৰ্ণা কাৰ্যসূচী

সোণাপুৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ ধৰ্ণা কাৰ্যসূচী।

কেইবাটাও দাবীৰে আজি চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ সোণাপুৰস্থিত কাৰ্য্যালয়ৰ পৰা এক বিশাল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ৰাইজে।

হাতে হাতে প্লেকাৰ্ড লৈ ভিন্ন শ্লোগান দি প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীয়ে উপস্থিত হয় ডিমৰীয়া সম জিলা আয়ুক্ত কাৰ্য্যালয়ত।

চাহ জনগোষ্ঠীৰ লোক সকলক চৰকাৰে ভূমি আবন্টন দিয়া কাৰ্যক মালিক পক্ষই বিৰোধিতা কৰি আদালতত দাৰস্থ হোৱা কাৰ্য্যৰ বিৰোধিতা , নূন্যতম মজুৰি আইন ১৯৪৮ ৰ আধাৰত শ্ৰমিক সকলক সন্মান সহকাৰে মজুৰি প্ৰদানৰ দাবী, চাহ জনগোষ্ঠীৰ লোকসকলক শীঘ্ৰেই জনজাতি কৰণৰ মৰ্য্যদা প্ৰদানৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ ডিমৰীয়া সম জিলা আয়ুক্ত জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

অতি শীঘ্ৰেই দাবী সমূহ মানি নললে ২৬ ৰ নিৰ্বাচনত সঠিক প্ৰত্যুত্তৰ দিবলৈ সাজু হোৱা

Releated Posts

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা। অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি…

ByByMahesh Malakar Mar 11, 2026

পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পুৰ্বে বহু কেইজন কেন্দ্ৰীয় নেতা – মন্ত্ৰী অসমলৈ অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ…

ByByMahesh Malakar Mar 11, 2026

ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ

আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত  ৰাইজৰ দলেৰে  মিত্ৰতা নকৰাৰ কথা । ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰিলে এই কথা প্ৰদেশ…

ByByMahesh Malakar Mar 11, 2026

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ…

ByByMahesh Malakar Mar 11, 2026
Scroll to Top