• Home
  • অপৰাধনামা
  • ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি
Image

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই

সিদ্ধাৰ্থৰ কোটি কোটি টকাৰ বেংক একাউন্ট জব্দ

জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সিদ্ধাৰ্থে নিজৰ ৬টা বেংক একাউণ্টত ক জমা

ICICI বেংকৰ জটিয়া শাখা, বন্ধন বেংকৰ শিলপুখুৰী শাখা, এক্সিছ বেংকৰ পল্টনবজাৰ শাখাত ৰাখিছিল কোটি কোটি টকা

কেৱল মাত্ৰ নিজৰ একাউণ্টেই নহয় মাতৃ,ভাতৃৰ একাউণ্টতো জমা কৰিছিল কোটি কোটি টকা

কেৱল এয়াই নহয়, সেই টকাৰেই সিদ্ধাৰ্থে প্ৰেমিকাক দিছিল বহু দামী দামী উপহাৰ

সিদ্ধাৰ্থৰ এই ধন Proceed of Crime বুলি আদালতৰ মজিয়াত উন্মোচন হৈছে।

এই ধনখিনি সিদ্ধাৰ্থে নিজৰ বুলি আদালতত প্ৰমাণ কৰিব পৰা নাই

পৰৱৰ্তী সময়তো সিদ্ধাৰ্থে সেই ধনৰ উৎস দেখুৱাব নোৱাৰিলে জুবিন গাৰ্গৰ নিকট আত্মীয় অথবা ট্ৰাষ্টলৈ হস্তান্তৰ হ’ব সমুদায় ধন

চৰকাৰী অধিবক্তা জিয়াউল কামাৰে সদৰী কৰে এই তথ্য

Releated Posts

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026
Scroll to Top