• Home
  • অসম
  • ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ
Image

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ

ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন

RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ

প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ ভাতৃ শ্যামকানু মহন্তৰ নাম সাঙোৰ খাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে

Releated Posts

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা। অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি…

ByByMahesh Malakar Mar 11, 2026

পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পুৰ্বে বহু কেইজন কেন্দ্ৰীয় নেতা – মন্ত্ৰী অসমলৈ অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ…

ByByMahesh Malakar Mar 11, 2026

ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ

আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত  ৰাইজৰ দলেৰে  মিত্ৰতা নকৰাৰ কথা । ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰিলে এই কথা প্ৰদেশ…

ByByMahesh Malakar Mar 11, 2026

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ…

ByByMahesh Malakar Mar 11, 2026
Scroll to Top