ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ
শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ
ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।
ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন
RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ
প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্তৰ ভাতৃ শ্যামকানু মহন্তৰ নাম সাঙোৰ খাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে












