কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ
‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’
কংগ্ৰেছ এৰিয়েই মহাবিস্ফোৰণ ৰেজাউলৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগ সৰকাৰৰ
কেইগৰাকীমান জ্যেষ্ঠ নেতাৰ শেহতীয়া ভাষ্যৰ বাবে দল ত্যাগ
সামাজিক মাধ্যমত বিশেষ পোষ্ট দি আনুষ্ঠানিক ভাৱে দল ত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে













