• Home
  • অসম
  • মহানগৰীৰ ৰাজপথত ৰেলী, সমদল, প্রতিবাদ, মাৰাথন নিষিদ্ধ
Image

মহানগৰীৰ ৰাজপথত ৰেলী, সমদল, প্রতিবাদ, মাৰাথন নিষিদ্ধ

মহানগৰীৰ ৰাজপথত ৰেলী, সমদল, প্রতিবাদ, মাৰাথন নিষিদ্ধ

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰৰৰাজপথত ৰেলী, সমদল, প্রতিবাদ আৰু মাৰাথন নিষিদ্ধ কৰা হৈছে ৷ গুৱাবহাটী উপ- আৰক্ষী আয়ুক্ত ইমদাদ আলীয়ে এই সন্দৰ্ভত জাৰি কৰিলে বিএনএছএছ ১৬৩ ধাৰা । পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব ।

উল্লেখ্য যে ,মহানগৰীত যান- জঁট ৰোধৰ বাবেই এই পদক্ষেপ আৰক্ষী প্ৰশাসনৰ ৷প্ৰশাসনৰ নিষেধাজ্ঞাক অমান্য কৰি কোনোৱে ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্রতিবাদ আদি উলিয়ালে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়ে উপ- আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

Releated Posts

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026

কাইলৈ গৰু বিহু

কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…

ByByMahesh Malakar Apr 13, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026
Scroll to Top