‘জুবিন গাৰ্গৰ ন্যায়কলৈ ১০ দিনৰ ভিতৰত আহিব ইতিবাচক ৰায়’
মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা
‘কংগ্ৰেছৰ ১০০ দিন নালাগে
তাৰ আগতেই আহি আছে খবৰ’
জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নাপায়
১০ দিনৰ ভিতৰত হবলৈ গৈ আছে চাৰ্জফ্ৰেম
ফাষ্টট্ৰেক আদালতত দৈনিক চলি আছে বিচাৰ প্ৰক্ৰিয়া
কংগ্ৰেছতকৈ আগত মই ন্যায় দিম
জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য












