- নতুন দিল্লীৰ কাকাস্থিত পৱন খেড়াৰ বাসগৃহত উপস্থিত অসম আৰক্ষীৰ দল
- অসম আৰক্ষীৰ দল উপস্থিত হোৱাৰ পাছত বাসগৃহত নাপালে পৱন খেড়াক
- দিল্লীৰ পৰা হাইদৰাবাগলৈ ৰাওনা পৱন খেড়া
- পৱন খেড়াৰ বিৰুদ্ধে এক্সন আৰম্ভ মুখ্যমন্ত্ৰীৰ ৰিণিকি ভূঞাৰ বিৰুদ্ধে ৩দেশৰ পাৰ্ছপট থকা বুলি অভিযোগ উত্থাপন কৰিছিল সংবাদমেল যোগে।
- তাৰ পাছতে ৰিণিকি ভূঞাই ক্ৰাইম বাঞ্চত ৰুজু কৰিছিল গোচৰ।
- যিটো গোচৰৰ নম্বৰ আছিল ৪/২০২৬
- যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰৰ সম্ভাৱনা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ।

যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ
Tags:
Releated Posts
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…
ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ
ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…
পঞ্চসুৰৰ ছাত্ৰী প্ৰীতি ডলেই লোকনাচৰ সাক্ষাৎ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱশিল্পী জলপানী লাভ কৰিলে সক্ষম হৈছে
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰ চি চি আৰ টি’ৰ পৰা অসমৰ অন্যতম সাংস্কৃতিক শিক্ষা…













