• Home
  • অপৰাধনামা
  • জুবিনৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পাৰ্থ প্ৰতিম গগৈক
Image

জুবিনৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পাৰ্থ প্ৰতিম গগৈক

জুবিনৰ সপোনৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুলীয়াজানৰ পাৰ্থ প্ৰতিম গগৈক

অসমীয়াৰ আবেগ জড়িত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ”ৰৈ ৰৈ বিনালে’ পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দুলীয়াজানৰ পাৰ্থ প্ৰতিম গগৈ নামৰ যুৱক এজনক ৷

উল্লেখ্য যে ‘ৰৈ ৰৈ বিনালে’ চিনেমা খন যাতে কোনো ক্ষেত্ৰত পাইৰেচী নহয় তাৰ বাবে সষ্টম হৈ আছিল অসম আৰক্ষী আৰু জুবিন ফেন ক্লাব ৷ তাৰ পিছত নিজ কুচৰিত্ৰ সলনি কৰা নাছিল একাংশ লোকে ৷

দুলীয়াজানৰ ২নং ছালাকটকী গাঁৱৰ পাৰ্থপ্রতিম গগৈ নামৰ যুৱকজনে ছবি খন চিনেমা গৃহত চাবলৈ গৈ গোপনে ম’বাইলত আবদ্ধ কৰি চিনেমাৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰিছিল ৷ ইয়াৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই পাইৰেচী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে পাৰ্থ প্ৰতিম গগৈ নামৰ যুৱকজনক ৷

Releated Posts

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া USTM-ত PIMC আৰু IAMC-ৰ সহযোগিতাত ৰাষ্ট্ৰীয়…

ByByMahesh Malakar Jul 1, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top