• Home
  • অসম
  • মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে মোৰ বহুত ভাল লাগিছেঃ উমা চেত্ৰী
Image

মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে মোৰ বহুত ভাল লাগিছেঃ উমা চেত্ৰী

বিশ্ব জয় কৰিলে উমা চেত্ৰীয়ে, বোকাখাটৰ বাসগৃহত আনন্দ উৎসাহ

ICC মহিলা বিশ্বকাপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল উমাই

ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে ভাৰতে।

বিশ্ব জয় কৰি বৃহস্পতিবাৰে অসমত উপস্থিত হয় অসম গৌৰৱ উমা চেত্ৰী। গুৱাহাটীৰ পৰা পোনে পোনে নিজ বাসগৃহত উপস্থিত উমা। বোকাখাটৰ বাসগৃহত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে।

বিশ্ব জয় কৰি উমাই এটা ভিডিঅ’ত কয় যে মোৰ মায়ে মেডেল পিন্ধিছে, বিশ্বকাপ ট্ৰফীৰ সৈতে ফটো উঠিছে বহুত ভাল লাগিছে। সকলোৰে এটা সপোন থাকে ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলা।

এইদৰে মন্তব্য কৰে ICC মহিলা বিশ্বকাপত জয়ী হোৱা অসম গৌৰৱ উমা চেত্ৰীয়ে ভাষ্য।

Releated Posts

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি ভোটগণনা কেন্দ্ৰৰ চৌহদত সমদল,শ্লগান দিব নোৱাৰিব ভোটকেন্দ্ৰৰ ভিতৰলৈ নিজ নোৱাৰিব মোবাইল…

ByByMahesh Malakar May 2, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026
Scroll to Top