• Home
  • অসম
  • বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Image

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰম্ভ হ’ব বিজেপি আৰ্শীবাদ যাত্ৰা ৷ অমি অতি সৎ সাহসেৰে ৰাইজৰ ওচৰত খতিয়ান দিবলৈ প্ৰস্তুত ৷ আমি প্ৰয়োজনতকৈ দুগুণ কাম কৰিছো ৷’’ বুধবাৰে এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷বিগত সময়ছোৱাত বিজেপিয়ে কৰা কামৰ আঁত ধৰি তেওঁ আৰু কয়, ‘‘আমি শান্তি-শৃংখলা বজাই ৰাখিছো, আইন শৃংখলা ৰক্ষাৰ স্বাৰ্থত কঠোৰ আইন প্ৰনয়ণ কৰিছো ৷ ৰাইজৰ আৰ্শীবাদত সেই সকলোবোৰ কৰিছো আৰু সফল হৈছো ৷’’আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ‘‘তিতাবৰত আমাৰ ৮ ৰ পৰা ১০ জনে প্ৰাৰ্থিত্ব বিচাৰিছে ৷ কিন্তু কংগ্ৰেছৰ পৰা ভাস্কৰ বৰুৱাইহে বিচাৰিছে ৷ এয়া আমাৰ বাবে শুভ লক্ষণ । যিজন ৰাইজৰ সেৱাৰ বাবে যোগ্য, সেইজনকে দলে প্ৰাৰ্থিত্ব দিব । কাৰণ গণতান্ত্ৰিক ব্যৱস্থাৰে বিজেপি দলৰ প্ৰাৰ্থী নিৰ্বাচন হয় ৷ কাৰণ বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় ।’’

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

শুকুৰবাৰে ভাৰতলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী

শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণী ।বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা…

ByByMahesh Malakar Feb 26, 2026

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026
Scroll to Top