ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা
পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ
ধ্ৰুৱ ৰাথিৰ আপত্তিজনক মন্তব্যক লৈ কঠোৰ দিল্লী উচ্চ ন্যায়ালয়
সনাতনী হৈও পাকিস্তান বাংলাদেশৰ এজেণ্ট হৈ কাম কৰে নেকি ধ্ৰুৱ ৰাথিয়ে
কণ্টেণ্ট ক্ৰিয়েটৰ নামৰ চূড়ান্ত পৰ্যায়ত ধ্ৰুৱ ৰাথি
ইউটিউবাৰ গৰাকীৰ ভিডিঅ ডিলিট কৰিবলৈ গুগলক আহ্বান দিল্লী উচ্চ ন্যায়ালয়ৰ
অহা ১৫ দিনৰ ভিতৰত ধ্ৰুৱ ৰাথিৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা












