অৱশেষত মুকলি আকাশৰ তলত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া। দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি দিছে আদালতে ।ৰায়দানত আনন্দ প্ৰকাশ কৰি অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে পোষ্ট কৰে, “এই পৃথিৱীত যিয়েই যিমান শক্তিশালী নহওক কিয়, তেওঁ শিৱ শক্তিতকৈ ওপৰত উঠিব নোৱাৰে । সদায় সত্যৰে জয় হয় ।”নিজৰ যুক্তি প্ৰদৰ্শনৰ সময়ত চি বি আয়ে কয় যে অপৰাধমূলক ষড়যন্ত্ৰৰ অপৰাধক সম্পূৰ্ণৰূপে গুৰুত্ব দিব লাগিব আৰু বিচাৰৰ সময়ত প্ৰমাণৰ পৰ্যাপ্ততা পৰীক্ষা কৰিব লাগে । অতিৰিক্ত ছলিচিটৰ জেনেৰেল ডি পি সিং আৰু অধিবক্তা মনু মিশ্ৰৰ প্ৰতিনিধিত্বত সংস্থাটোৱে যুক্তি আগবঢ়ায় যে সকলো অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ আছে ।

সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱাল দোষমুক্ত ঘোষণা আদালতৰ
Releated Posts
ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু
ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…
ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা
ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ ধ্ৰুৱ ৰাথিৰ আপত্তিজনক…
কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনা
কৰ্ণাটকৰ শিল কুঁৱৰীত ভয়ংকৰ ঘটনাবিহাৰৰ ৭জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যুওপৰৰ পৰা বৃহত্ আকাৰৰ শিল খহি মৃত্যু শ্ৰমিককেইজনৰকাম কৰি থকাৰ…
পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা
পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা মন্দিৰৰ দান-বৰঙণি চুৰিত মূল অভিযুক্ত লৱকুশ মিশ্ৰ মাহিলি ১২,০০০ টকাকৈ…











