• Home
  • অসম
  • ১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী
Image

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ

দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ

মন্দিয়াত প্ৰাৰ্থী হ’ব শ্বেৰমন আলী আহমেদ

পূব গোৱালপাৰাৰ প্ৰাৰ্থী হ’ব আব্দুৰ ৰছিদ মণ্ডল

ডিমৌত ধৈৰ্য কোঁৱৰ

নাওবৈচা সমষ্টিত হৰিকান্ত দাস

বৰছলা সমষ্টিত প্ৰাৰ্থী হ’ব অলক নাথ

দলগাঁও সমষ্টিত প্ৰাৰ্থী হব আজিজুৰ ৰহমান

চিচিবৰগাঁওত প্ৰাৰ্থী হ’ব দুলাল বৰুৱা

মাৰ্ঘেৰিটা সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল ছেত্ৰীয়ে

ধিং সমষ্টিত প্ৰাৰ্থী হ’ব মেহবুব মুক্তাব

আলগাপুৰ কাটলিচেৰাত প্ৰাৰ্থী হ’ব জহিৰ উদ্দিন লস্কৰ

মানাহ সমষ্টিত প্ৰাৰ্থী হ’ব অঞ্জন তালুকদাৰ

এই ১০টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিছে প্ৰাৰ্থিত্ব

Releated Posts

BBCI Director Dr. A.C. Kataki joins USTM as Director of Medical AdministrationRi-Bhoi,

BBCI সঞ্চালক Dr. A.C. Kataki-এ USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান কৰিলেRi-Bhoi, Meghalaya | May 6, 2026: স্বাস্থ্যসেৱা…

ByByMahesh Malakar May 6, 2026

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ

পশ্চিমবংগত TMC পৰাজয়ৰ পিছতেই TMCৰ কাৰ্যালয়ত চলিল বুলডজাৰ বিজেপি সমৰ্থকে TMCৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ TMC – BJP…

ByByMahesh Malakar May 6, 2026

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে কোন ১৮ বিধায়কে স্থান লাভ কৰিব মন্ত্ৰী সভাত? বিজেপি মিত্ৰজোঁটৰ কাৰ…

ByByMahesh Malakar May 6, 2026

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ? ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ…

ByByMahesh Malakar May 6, 2026
Scroll to Top