জাহিদৰ জানাজাত শ শ জনতা
ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ
ডক্তৰ হোৱাৰ সপোন দেখি উজবেকিস্তানলৈ অধ্যয়ন কৰিবলৈ যোৱা জাহিদ আজি নিৰৱ
নিৰৱে বন্ধ কফিনৰ ভিতৰত শুই অসম পাইছে জাহিদ আলমৰ নশ্বৰদেহ
জাহিদৰ বাসগৃহত বৰ্তমান শোকাকুল পৰিৱেশ
চিকিৎসক হোৱাৰ সপোন দেখা জাহিদৰ পিতৃ মাতৃক বুজনি দিবলৈ আজি নাই জাহিদ
শনিবাৰে উজবেকিস্তানৰ এটা ফ্লেটৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল জাহিদৰ মৃতদেহ
মৰণোত্তৰ পৰীক্ষাত হাৰ্টএটেকত মৃত্যুৰ তথ্য জাহিদৰ













