• Home
  • অসম
  • ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ
Image

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা

অসমৰ হকে বিজেপিয়ে কৰা উন্নয়নৰ ভিডিঅ’ বনাওঁক আৰু আপলোড কৰক সামাজিক মাধ্যমত

আপুনিওঁ লাভ কৰিব পাৰে ৫০-২ লাখ টকাৰ পুৰস্কাৰ

সামাজিক মাধ্যমত বিজেপিৰ ৰীল প্ৰতিযোগিতা

ৰীলৰ দৈর্ঘ্য ন্যূনতম ২০ চেকেণ্ডৰ পৰা ৯০ চেকেণ্ড হ’ব লাগিব

ভিডিঅ’ৰ বিষয় যোৱা পাঁচ বছৰত হোৱা অসমৰ ক্ষিপ্র উন্নয়ন

সকলো বয়সৰ লোকে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব

সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ বিচাৰকৰ দ্বাৰা শ্ৰেষ্ঠ প্রতিযোগীসকলক নির্বাচন কৰা হ’ব

এই প্রতিযোগিতা অসমভিত্তিত অনুষ্ঠিত হ’ব

এগৰাকী ব্যক্তিয়ে সর্বাধিক ১০ টা ৰীল আপলোড কৰিব পাৰিব

যিকোনো লোকে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ৰীল অহা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চৰ ভিতৰত প্ৰস্তুত কৰি নিজৰ ফেচবুক/ইনস্টাগ্রাম একাউন্ট বা পেজত আপলোড কৰি সেই লিংক 9395078898 নম্বৰত লিংকৰ লগতে ‘ৰীল’টোৰ DOCUMENT FORMATত প্ৰেৰণ কৰিব লাগিব

Releated Posts

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷ যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক…

ByByMahesh Malakar Apr 21, 2026

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২। মণিপুৰৰ কামজেং…

ByByMahesh Malakar Apr 21, 2026

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয়

প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয় |…

ByByMahesh Malakar Apr 20, 2026

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই

মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই নিশাৰ এজাক বৰষুণৰ মাজতে নলাত উটি গৈছিল পায়েল নাথ…

ByByMahesh Malakar Apr 20, 2026
Scroll to Top