• Home
  • অসম
  • অসমীয়া চিনেমাৰ বাবে ভাল খবৰ
Image

অসমীয়া চিনেমাৰ বাবে ভাল খবৰ

অসমীয়া চিনেমাৰ বাবে ভাল খবৰ।

৫৬সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে শশাংক সমীৰ পৰিচালিত জনপ্ৰিয় চিনেমা ‘ভাইমনদা

পৰিচালক মুনিন বৰুৱাৰ জীৱনভিত্তিক চিনেমা ‘ভাইমনদা’লৈ এই সন্মান।

বৃহস্পতিবাৰে এই খবৰ ই-মেইল আৰু ফোনযোগে লাভ কৰিছে শশাংক সমীৰে

বুধবাৰে আছিল মুনিন বৰুৱাৰ জন্মদিন। তাৰ পাছতেই এই চিনেমাখনে এই সন্মান লাভ কৰাত আৱেগিক হৈ পৰিছে শশাংক সমীৰ।

গোৱাৰ পাঞ্জিমৰ INOX – Audi IIত অহা ২৫ নৱেম্বৰৰ নিশা ৮ বজাত প্ৰদৰ্শিত হ’ব ‘ভাইমনদা’।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিসূচকভাৱে এই সন্মান উছৰ্গা বুলিও অৱগত কৰে শশাংক সমীৰে

Releated Posts

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত

জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক প্ৰতিদিনেই চলিব…

ByByMahesh Malakar Mar 19, 2026

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026
Scroll to Top