• Home
  • অসম
  • ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ
Image

ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ

আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত  ৰাইজৰ দলেৰে  মিত্ৰতা নকৰাৰ কথা । ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰিলে এই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে নিজৰ ফেচবুক একাউণ্টযোগে অসমৰ ৰাইজক জনাইছে এইদৰে- 

কিন্তু বিভিন্ন কাৰণত আমাৰ দুয়োটা দলৰ মাজৰ মিত্ৰতাৰ বিষয়টো ৰাইজে বিচৰা ধৰণেৰে গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই। সেয়েহে সম্প্ৰতি ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো। পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম।

অসমৰ ৰাইজে বিচৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত একত্ৰিত বিৰোধী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ বিচাৰিছিলো। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে বহু চেষ্টাৰ মূৰতো ৰাইজৰ দলৰ সৈতে আমি মিত্ৰতাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণেৰে এক সুবিধাজনক আৰু আশাপদ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হ’ব পৰা নাই।

নিৰ্বাচনী মিত্ৰতাৰ প্ৰথম লক্ষ্যই হৈছে আসনসমূহৰ জয়ী হোৱাৰ সম্ভাৱনাৰ বাস্তৱ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰা। এই দিশটোৰ প্ৰতি দৃষ্টি ৰাখিও আমি বহল দৃষ্টিভংগীৰে আসন এৰা-ধৰাৰ মাজেৰেই বিষয়টো আগুৱাই লৈ গৈছিলো।

Releated Posts

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত

UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…

ByByMahesh Malakar May 29, 2026

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ

ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…

ByByMahesh Malakar May 29, 2026

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে গাহৰি প্ৰেমীৰ বাবে বেয়া খবৰ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন…

ByByMahesh Malakar May 29, 2026

পঞ্চসুৰৰ ছাত্ৰী প্ৰীতি ডলেই লোকনাচৰ সাক্ষাৎ ২০২৫-২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱশিল্পী জলপানী লাভ কৰিলে সক্ষম হৈছে

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ প্ৰশিক্ষণ কেন্দ্ৰ চি চি আৰ টি’ৰ পৰা অসমৰ অন্যতম সাংস্কৃতিক শিক্ষা…

ByByMahesh Malakar May 28, 2026
Scroll to Top